হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থান

0
481
hslc exam

Guwahati : ঘোষিত হ’ল ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল | sebaonline.org

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৫৬.০৪ শতাংশ | পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৩,৩৭,৫৭০

  1. প্ৰথম বিভাগত উত্তীৰ্ণ ৬০,৯৮৭
  2. দ্বিতীয় বিভাগত উত্তীৰ্ণ ৮১,৮৫৩
  3. তৃতীয় বিভাগত উত্তীৰ্ণ ৪৬,৩৫১
  • ধেমাজিত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ৭৯.৭৬ শতাংশ
  • নলবাৰীত দ্বিতীয় সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ৬৯.৮৫ শতাংশ
  • হাইমাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ ৫০.৬২ শতাংশ

প্ৰথম স্থান, মঃ মিজানুৰ ৰহমান, (কামানডাংগা হাইমাদ্ৰাছা)

দ্বিতীয় স্থান, নাজমুল হুদা, (চাপৰ মাদ্ৰাছা HS স্কুল)

তৃতীয় স্থান, ছাবিহা ছবনম, (পশ্চিম মঙলদৈ হাইমাদ্ৰাছা)

২০১৭ত মেট্ৰিকত উত্তীৰ্ণৰ হাৰ ৪৭.৯৪ শতাংশ

‘প্ৰাগ নিউজ’ত পাব মেট্ৰিক পৰীক্ষাৰ সকলো ফলাফল |

গুৱাহাটীৰ সুদৰ্শন পাব্লিক স্কুলৰ উল্লেখযোগ্য সাফল্য |

৩টাকৈ স্থান লাভ কৰিছে সুদৰ্শন পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে |

  •  প্ৰথম স্থান

ৰক্তিম ভূঞা, মুনলাইট হাইস্কুল, শোণিতপুৰ, ৫৯৩

  • দ্বিতীয় স্থান

অবিনাশ কলিতা, আনন্দৰাম বৰুৱা হাইস্কুল, বৰপেটা, ৫৯২

প্ৰীতপল বেজবৰুৱা, টিহু হাইস্কুল, নলবাৰী, ৫৯২

  • তৃতীয় স্থান

চুলতানা আয়েশা ছিদ্দিকা, ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুল, বৰপেটা, ৫৯১

জিণ্টী দেৱী, ছেইণ্ট জন হায়াৰ ছেকেণ্ডাৰী স্কুল, বাক্সা, ৫৯১

আৰ্বি চলিহা, সুদৰ্শন পাব্লিক স্কুল, কামৰূপ (মেট্ৰ’), ৫৯১

  • চতুৰ্থ স্থান

সীমা কুইন কাশ্যপ, পায়’নিয়াৰ একাডেমী পুঠিমাৰী, কামৰূপ (মেট্ৰ’), ৫৯০

হৃত্বিকশ্যাম শইকীয়া, ছেইণ্ট মেৰিজ হাইস্কুল, উঃ লখিমপুৰ, ৫৯০

ৰাজশ্ৰী নন্দিনী কাকতি, খ্ৰাইষ্টজ্যোতি স্কুল, নগাঁও, ৫৯০

দেৱাশীষ ভৰদ্বাজ, চামতা হায়াৰ ছেকেণ্ডাৰী স্কুল, নলবাৰী, ৫৯০

ব্ৰেনজিত্ হাজৰিকা, অম্বিকাগিৰি ৰায়চৌধুৰী জাতীয় বিদ্যালয়, শোণিতপুৰ, ৫৯০

  • পঞ্চম স্থান

নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা, ৫৮৯

বিদৰ্শন দত্ত, ছেইণ্ট মেৰিজ হাইস্কুল, উঃ লখিমপুৰ, ৫৮৯

ৰাজা স্নেহাশীষ গুপ্তা দত্ত, বালিকৰীয়া বাসুদেৱ বিদ্যাপীঠ হাইস্কুল, নলবাৰী ৫৮৯

  • ষষ্ঠ স্থান

ভাস্বতী কলিতা, ছেইণ্ট এলবাৰ্টছ হাইস্কুল, নিউ বঙাইগাঁও, ৫৮৮

অনুষ্কা বৰদলৈ, জোনাকী সংঘ হাইস্কুল, যোৰহাট, ৫৮৮

কল্পজ্যোতি গগৈ, পানীন্দ্ৰ বিদ্যালয়, উঃ লখিমপুৰ, ৫৮৮

ধৃতিষ্মান ভূঞা, ৰামস্বৰূপ এ এম ইংলিছ স্কুল, ওদালগুৰি, ৫৮৮

  • সপ্তম স্থান

গৰীয়সী দেৱী, শংকৰদেৱ শিশু বিদ্যা নিকেতন, বঙাইগাঁও, ৫৮৭

নীতিশা শিভম, ছেইণ্ট জনছ HS স্কুল, বাক্সা, ৫৮৭

শিবানুজ বৰকটকী, AHD HS স্কুল, শিৱসাগৰ, ৫৮৭

পল ভূঞা, তেজপুৰ চৰকাৰী HS স্কুল, শোণিতপুৰ, ৫৮৭

  • অষ্টম স্থান

অনিন্দিতা মেধি, ৰেইনব’ ইংলিছ স্কুল, গোৰেশ্বৰ, ৫৮৬

আশিস সন্দিকৈ, BVFC মডেল হাইস্কুল, ডিব্ৰুগড়, ৫৮৬

অংগনা হাজৰিকা, ডনবস্ক’ হাইস্কুল, বাঘচোং, যোৰহাট, ৫৮৬

অংকুৰজ্যোতি ঠাকুৰীয়া, শংকৰদেৱ শিশু নিকেতন, দদৰা, ৫৮৬

গুঞ্জনন বৰুৱা, দপানী হাইস্কুল, শিৱসাগৰ, ৫৮৬

বিপান্স ডেকা, সুদৰ্শন পাব্লিক স্কুল, কামৰূপ (মেট্ৰ’), ৫৮৬

  • নৱম স্থান

শ্যামালিনা পাঠক, ছেইণ্ট টেৰেছা ইংলিছ হাইস্কুল, বৰপেটা, ৫৮৫

বি জেনিথ কাশ্যপ, সুদৰ্শন পাব্লিক স্কুল, কামৰূপ (মেট্ৰ’), ৫৮৫

সেৰমন কাইছাৰ, ছেইণ্ট মেৰিজ হাইস্কুল, গুৱাহাটী, ৫৮৫

  • দশম স্থান

চৈয়দা ইনায়া তবচ্ছুম, BVFC মডেল হাইস্কুল, ডিব্ৰুগড়, ৫৮৪

শ্ৰেয়াছ ভট্টাচাৰ্য, ছল্ট ব্ৰুক হাইস্কুল, ডিব্ৰুগড়, ৫৮৪

স্বপ্ননীল ভট্টাচাৰ্য, বেবীলেণ্ড ইংলিছ হাইস্কুল, কৰিমগঞ্জ, ৫৮৪

নয়িমা ফিৰদোছ বৰভূঞা, নীলবাগান জাতীয় বিদ্যালয়, নগাঁও, ৫৮৪

ভাৰ্গৱজ্যোতি দাস, প্ৰাঞ্জল মেম’ৰিয়েল একাডেমী, ৰহা, ৫৮৪

সৃষ্টি প্ৰিয়ম নাথ, ছেইণ্ট যোছেফ হাইস্কুল, গহপুৰ, ৫৮৪

 

Share it on

Leave a Reply