হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য গায়িকা নাহিদ আফ্ৰিনৰ

0
374
nahid

Guwahati : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্য গায়িকা নাহিদ আফ্ৰিনৰ |

মুঠ ৫৪৯ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ নাহিদ | আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক পাইছে নাহিদে |

সমাজ বিজ্ঞানত- ৯৬, গণিতত- ৯৫, ইংৰাজীত- ৯২

সাধাৰণ বিজ্ঞানত- ৯২, ঐচ্ছিক গণিতত- ৮৭, অসমীয়াত- ৮৭

Share it on

Leave a Reply