হুৰাহুৰে বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য

0
223
BENCIN-ALI-DIZEL

Guwahati :হুৰাহুৰে বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ মূল্য | পুনৰ ১৫ পইচা বৃদ্ধি পেট্ৰ’লৰ মূল্য | ডিজেলতো ১৬ পইচাকৈ বৃদ্ধি |ধাৰাবাহিক মূল্যবৃদ্ধিত হাহাকাৰ জনতাৰ | ৮০ৰ দেওনা পাৰ হৈছে পেট্ৰ’লৰ মূল্যই |

৭০ টকাৰো অধিক হৈছেগৈ ডিজেলৰ মূল্যও | আন্তৰ্জাতিক বজাৰত মূল্যবৃদ্ধি নোহোৱাতো বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম | বৰ্ষপূৰ্তিত কেন্দ্ৰৰ ব্যৰ্থতা উদঙাই কংগ্ৰেছে প্ৰকাশ কৰিছে পুস্তিকা |

কংগ্ৰেছে ২৯ মে’ত পালন কৰিব বিশ্বাসঘাতকতা দিৱস | প্ৰদেশ কংগ্ৰেছ ৬ আৰু ৯ জুনত লৈছে প্ৰতিবাদী কাৰ্যসূচী |

Share it on

Leave a Reply