GMCH প্ৰেক্ষাগৃহত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ বৰ্ণাঢ্য অনুষ্ঠান

0
224
PragCineAward

Guwahati : GMCH প্ৰেক্ষাগৃহত ‘প্ৰাগ চিনে এৱাৰ্ডছ’ৰ বৰ্ণাঢ্য অনুষ্ঠান | উত্তৰ-পূবৰ সৰ্ববৃহত্ মেগা ইভেণ্টলৈ অভূতপূৰ্ব সঁহাৰি | আজি আহিব বলীউডৰ ছুপাৰষ্টাৰ গোবিন্দা | আহিব হোমা কুৰেছিসহ একাধিক বলীউড তাৰকা |

কালিৰে পৰা আৰম্ভ হৈছে মেগা ইভেণ্ট ‘প্ৰাগ চিনে এৱাৰ্ডছ’ | বন্তি প্ৰজ্বলনেৰে ‘প্ৰাগ চিনে এৱাৰ্ডছ’ শুভাৰম্ভ  মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ | মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী পল্লৱলোচন দাস…| বিশিষ্ট অভিনেতা আদিল হুছেইনৰো অংশগ্ৰহণ |

২০১৯ত কাৰ্বি আংলঙত হ’ব ‘প্ৰাগ চিনে এৱাৰ্ডছ’ | বলীউড তাৰকাৰ সমাৱেশেৰে আজি উজলিব GMCH প্ৰেক্ষাগৃহ |কিছু সময়ৰ পাছতে গুৱাহাটীত উপস্থিত হ’ব বলীউড তাৰকা গোবিন্দা | গোবিন্দাক আদৰিবলৈ বৰঝাৰত আয়োজক, অনুৰাগীৰ ভিৰ | ইতিমধ্যে উপস্থিত হৈছে হেমন্ত বিজৱাছী | ২০০৯ত কলাৰ্ছ টিভিৰ ৰাইজিং ষ্টাৰৰ বিজয়ী আছিল হেমন্ত | হেমন্তৰ সৈতে আহিছে পিতৃও |

Share it on

Leave a Reply