আছুসহ ২৮ জনগোষ্ঠীয় সংগঠনৰ গণ অনশন

0
101
aasu protest

Guwahati : জাতি ধ্বংসী বিধেয়ক বাতিলৰ দাবী অব্যাহত |

আছুসহ ২৮ জনগোষ্ঠীয় সংগঠনৰ গণ অনশন | পুৱা ৬ বজাৰ পৰা চানমাৰি খেলপথাৰত অনশন কাৰ্যসূচী |

চৰকাৰৰ ৩০ জুনৰ সময়সীমা বিভ্ৰান্তিমূলক : সমুজ্জ্বল ভট্টাচাৰ্য | ৰাজ্যবাসীক বিভ্ৰান্ত নকৰিবলৈ চৰকাৰক সকীয়নি  ভট্টাচাৰ্যৰ |

বিধেয়ক গৃহীত হ’লে নিঃশেষ হ’ব ক্ষুদ্ৰ জনগোষ্ঠী : প্ৰমোদ বড়ো | প্ৰমোদ বড়োৰ সকীয়নি : বিধেয়ক বাতিল নহ’লে তীব্ৰতৰ হ’ব আন্দোলন |

নেত্ৰকাই খ্যাত অৰুণ হাজৰিকাৰো অনশনত অংশগ্ৰহণ |

Share it on

Leave a Reply