‘জীৱ-জন্তুক মৰম কৰক, বলি নিদিব’ :কামাখ্যাৰ বিহু মঞ্চত জুবিনৰ আহ্বান

0
162
zubeen

Guwahati : বলি বিধানৰ বিৰোধিতা জুবিন গাৰ্গৰ |

কামাখ্যাত বলি দিয়া প্ৰথা বন্ধ কৰক : কামাখ্যাৰ বিহু মঞ্চত জুবিনৰ আহ্বান |

‘জীৱ-জন্তুক মৰম কৰক, বলি নিদিব’ | জুবিনৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া কামাখ্যা ধামত |

ক্ষমা নুখুজিলে জুবিনক কামাখ্যা ধামত প্ৰৱেশত নিষিদ্ধ |

Share it on

Leave a Reply