৪ বজাত AEI খেলপথাৰত অনশনত বহিব জুবিন গাৰ্গ

0
188

Guwahati : যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বহিব অনশনত |

জাতি ধ্বংসী বিধেয়ক বাতিলৰ দাবী অব্যাহত | চানমাৰি খেলপথাৰত আছুসহ ২৬ দল-সংগঠনৰ অনশন |

ৰাইজক উপস্থিত হোৱাৰ আহ্বান জুবিনৰ | ৪ বজাত AEI খেলপথাৰত উপস্থিত হ’ব জুবিন |

অসমপ্ৰেমী ৰাইজক উপস্থিত হোৱাৰ আহ্বান জুবিনৰ |

 

 

Share it on

Leave a Reply