আজি নতুন দিল্লীত NRCৰ পৰ্যালোচনা বৈঠক

0
237
National-Register-of-Citizens

Guwahati : ৩১ মে’ত প্ৰকাশ পাব NRCৰ দ্বিতীয়খন খচৰা |

খচৰা প্ৰকাশৰ প্ৰাকক্ষণত তত্পৰ গৃহমন্ত্ৰ্যালয় | ৰাজ্যৰ সম্ভাৱ্য আইন শৃংখলা পৰিস্থিতিক লৈ আলোচনা |

আজি নতুন দিল্লীত NRCৰ পৰ্যালোচনা বৈঠক | কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত হ’ব এই বৈঠক |

উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল | অতিৰিক্ত নিৰাপত্তা বাহিনী প্ৰেৰণৰ সন্দৰ্ভত হ’ব আলোচনা |

মঙলবাৰে অনুষ্ঠিত হয় আন এখন গুৰুত্বপূৰ্ণ বৈঠক | উপস্থিত থাকে কেন্দ্ৰীয় গৃহ সচিব ৰাজীৱ গাউবা | অসমৰ মুখ্য সচিব টি ৱাই দাস, DGP কুলধৰ শইকীয়া | ADGP পল্লৱ ভট্টাচাৰ্যও উপস্থিত থাকে বৈঠকত |

Share it on

Leave a Reply