সুখবৰ ! হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

0
561
petrol diesel

Guwahati : দীৰ্ঘদিনৰ মূৰত হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য |

ডিজেলৰ মূল্য ৫৯ পইচা হ্ৰাস |  প্ৰতিলিটাৰত ডিজেলৰ মূল্য হ’লগৈ ৭১.৭৮ টকা |

হ্ৰাস পালে পেট্ৰ’লৰ মূল্যও |

৬৩ পইচা হ্ৰাস পেট্ৰ’লৰ মূল্য |

প্ৰতিলিটাৰত পেট্ৰ’লৰ মূল্য ৮০.০৩ টকা |

Share it on

Leave a Reply