ATM সমূহত ধনৰ নাটনি হোৱাৰ আশংকা

0
156
bank_strike

Guwahati : আজিৰে পৰা দুদিনীয়াকৈ বেংকৰ বিষয়া-কৰ্মচাৰীৰ কৰ্মবিৰতি |  দৰমহা পুনৰীক্ষণকে ধৰি কেইবাটাও দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে দেশৰ ১০ লাখতকৈ অধিক বেংক কৰ্মচাৰীয়ে। পুৱা ৬ বজাৰ পৰা দেশজোৰা ধৰ্মঘট ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ।

ইউনাইটেড ফ’ৰাম অফ বেংক ইউনিয়নৰ আহ্বানত প্ৰতিবাদ | দুদিন ধৰি বন্ধ থাকিব বেংকৰ সকলো লেন-দেন |

ATM সমূহতো ধনৰ নাটনি হোৱাৰ আশংকা |

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ নকৰে পাঁচটা বেংকৰ বিষয়া-কৰ্মচাৰীয়ে |

কৰ্মবিৰতি পালন নকৰে- ICICI বেংক, HDFC বেংক

AXIS বেংক, INDUSIND বেংক, YES বেংকৰ বিষয়া-কৰ্মচাৰীয়ে |

 

Share it on

Leave a Reply