উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা

0
147
ahsec

Guwahati : উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা |

কলা শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৭৪.৬৮ শতাংশ |কলা শাখাত মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ১,৯৪,৫৩৩ গৰাকী |

বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৫.৭৪ শতাংশ | বিজ্ঞান শাখাত মুঠ পৰীক্ষাৰ্থী ৩৭,৩৭৩ গৰাকী |

বাণিজ্য শাখাত মুঠ উত্তীৰ্ণৰ হাৰ ৮৪.৬৪ শতাংশ | বাণিজ্য শাখাত মুঠ পৰীক্ষাৰ্থী ১৭,৭৬৭ গৰাকী |

কলা শাখাত ৯০.৭৭ শতাংশৰে শীৰ্ষত ধেমাজি |

বিজ্ঞান শাখাত ৯১.৪৩ শতাংশৰে শীৰ্ষত হাইলাকান্দি |

বাণিজ্য শাখাত ৯৪.৭৪ শতাংশৰে শীৰ্ষত চিৰাং |

বৃত্তিমূলক (VOCATIONAL) পাঠ্যক্ৰমত উত্তীৰ্ণৰ হাৰ ৮৭.৭৯ শতাংশ |

Share it on

Leave a Reply