উপ-নিৰ্বাচনত বিধস্ত বিজেপি !

0
148
assembly bypoll

Guwahati : সাধাৰণ নিৰ্বাচনৰ পূৰ্বে প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি |

বিভিন্ন ৰাজ্যৰ উপনিৰ্বাচনত পৰাস্ত বিজেপি প্ৰাৰ্থী |

কাইৰাণা লোকসভা সমষ্টিত পৰাজিত বিজেপি প্ৰাৰ্থী | বিৰোধী ঐক্যৰ সন্মুখত বিপৰ্যস্ত শাসকীয় দলৰ প্ৰাৰ্থী |

RLD প্ৰাৰ্থী তাবাছুম হাছানৰ জয়লাভ |

পালাঘাৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ জয়লাভ | বিহাৰৰ জকিহাট বিধানসভা সমষ্টিত RJD প্ৰাৰ্থীৰ জয়লাভ |

৪১ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত নীতিশ কুমাৰৰ দলৰ প্ৰাৰ্থী |

মেঘালয়ৰ আমপাটী বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়লাভ |

পাঞ্জাৱৰ শ্বাহক বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়লাভ |

পৰাস্ত বিজেপিৰ মিত্ৰ শিৰোমণি আকালি দলৰ প্ৰাৰ্থী |

কৰ্ণাটকৰ ৰাজাৰাজেশ্বৰী নগৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়লাভ |

 

Share it on

Leave a Reply