কেবিনেটত জাতিধ্বংসী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰিব অগপই

0
123

Guwahati : কেবিনেটত জাতিধ্বংসী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰিব অগপই |

বিধেয়কৰ বিৰোধিতাৰে কেবিনেটত আনিব প্ৰস্তাৱ |

শুকুৰবাৰে অনুষ্ঠিত কেবিনেট বৈঠক | অগপৰ গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত | অগপৰ বিধায়িনী দলৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক |

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা |

বৈঠকত উপস্থিত অগপৰ মন্ত্ৰী |

কেশৱ মহন্ত, অতুল বৰা, ফণীভূষণ চৌধুৰী,

উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত |

Share it on

Leave a Reply