বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

0
170
lpg

Guwahati : দেশবাসীৰ মূৰত মাধমাৰ কেন্দ্ৰৰ |

বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম |

৫০ টকাকৈ বৃদ্ধি পালে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম | ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ৭৯ টকা

বৃহস্পতিবাৰৰ নিশাৰ পৰা প্ৰযোজ্য হ’ল এই নতুন নিৰিখ |

Share it on

Leave a Reply