অৱশেষত চাংসাৰি বিহু সমিতিয়ে ক্ষমা খুজিলে নীল আকাশক

0
167
Neel Akash

Guwahati : অৱশেষত চাংসাৰি বিহু সমিতিয়ে ক্ষমা খুজিলে নীল আকাশক |

নীল আকাশৰ মেনেজাৰ আৰু বাদ্যযন্ত্ৰীকো ক্ষমা খুজিলে সমিতিয়ে  | দিবলগীয়া ৫০ হাজাৰ দিম বুলি লিখিতভাৱে প্ৰতিশ্ৰুতি দিলে সমিতিয়ে |

নীল আকাশৰ সংগীতানুষ্ঠানত সমিতিয়ে অপদস্থ্য কৰিছিল কণ্ঠশিল্পীজনক |

বাদ্যযন্ত্ৰীক দুৰ্ব্যৱহাৰ আৰু পাবলগীয়া ধন আদায় দিয়া নাছিল কণ্ঠশিল্পীগৰাকীক |

Share it on

Leave a Reply