আছুসহ ২৮ সংগঠনেৰে মুখ্যমন্ত্ৰীৰ বৈঠকক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া !!!

0
223
Akhil-Gogoi

Guwahati : আছুসহ ২৮ সংগঠনেৰে মুখ্যমন্ত্ৰীৰ বৈঠকক লৈ অখিল গগৈৰ প্ৰতিক্ৰিয়া |

‘ জাতিধ্বংসী বিধেয়ক বিৰোধী আন্দোলনক বিভাজন কৰাৰ কৌশল চৰকাৰৰ ’ |

চৰকাৰী ষড়যন্ত্ৰত ভৰি নিদিবলৈ সকলো সংগ্ৰামী সংগঠনক আহ্বান | বিধেয়ক সন্দৰ্ভত অগপই দেখুৱাই অহা স্থিতিক সমালোচনা অখিলৰ |

মুখ্যমন্ত্ৰীৰ কথামতেই অগপই উঠাবহা কৰাতো জাতিৰ প্ৰতি বিশ্বাসঘাতকতা’ | বিধানসভাৰ বিশেষ অধিৱেশন দাবী কৰিবলৈ অগপলৈ আহ্বান |

দাবী উত্থাপন কৰিব নোৱাৰিলে অগপই চৰকাৰৰ পৰা ওলাই আহি বিৰোধিতা কৰক’ |

ৰাষ্ট্রীয় ঘাইপথৰ টোলগেট পুনৰ মুকলিৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা |

বৈঠকত একাংশ সংগঠনক আমন্ত্ৰণ নজনোৱাত অখিল গগৈৰ ক্ষোভ |

 

Share it on

Leave a Reply