চাঞ্চল্যকৰ মন্তব্য জুবিনৰ : পুৰোহিতসকলৰ সাহস আছে যদি এটা গৰু হত্যা কৰক আৰু মোৰ সন্মুখত খাই দেখুওৱাক |

0
198
zubeen

 Guwahati : বলিবিধানৰ বিৰুদ্ধে পুনৰ সৰৱ জুবিন গাৰ্গ |

মন্দিৰে বলি নিবিচাৰে, ভক্তিভাৱহে বিচাৰে, সকলো ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল মই। বলি বিধান বিচৰা পুৰোহিতক প্ৰত্যাহবান জনাই ছচিয়েল মিডিয়াত মন্তব্য কণ্ঠশিল্পীগৰাকীৰ :

‘‘মন্দিৰত বলি বিধানৰ মত বিৰোধী মই সকলো ধৰ্মকে ভাল পাওঁ, কিন্তু একাংশ মন্দিৰত জন্তুক হত্যা কৰা দেখি আহিছো মন্দিৰে তেজ নিবিচাৰে মন্দিৰে ভক্তিহে বিচাৰে এই চিন্তা বাস্তবায়িত হোৱা উচিত এইটো একবিংশ শতিকা মই চাব বিচাৰো তেওঁলোকে মন্দিৰত গৰু উত্সৰ্গা কৰিব পাৰিবনে? গৰু আৰু মহ একে প্ৰজাতিৰ সিহঁতে কৃষিকাৰ্যত আমাক সহায় কৰে আৰু গাখীৰ দিয়ে কিন্তু আমাৰ তথাকথিত পুৰোহিতসকলে মহ প্ৰসাদ হিচাপে খায় তেওঁলোকৰ সাহস আছে যদি এটা গৰু হত্যা কৰক আৰু মোৰ সন্মুখত খাই দেখুওৱাক…. পৃথিৱীক মই ভাল পাও’’

 

Share it on

Leave a Reply