১৪ জুনত ৰাছিয়া বিশ্বকাপৰ উদ্বোধনী মেছ

0
292
Football-Ground

Guwahati : ১৪ জুনত ৰাছিয়া বিশ্বকাপৰ উদ্বোধনী মেছ |

উদ্বোধনী মেছত আয়োজক ৰাছিয়াৰ বিৰুদ্ধে চৌদি আৰৱ | উদ্বোধনী মেছত ব্যৱহাৰ হ’ব মহাকাশৰ পৰা অনা বল |

১৬৮ দিন মহাকাশত কটাই পৃথিৱীলৈ উভতিল এণ্টন স্কাপলেৰ’ভ | ৰাছিয়ান মহাকাশচাৰী স্কাপলেৰ’ভে লৈ আনিছে বলটো |

মহাকাশলৈ যোৱাৰ সময়ত স্কাপলেৰ’ভ লৈ গৈছিল বলটো |

আন্তঃৰাষ্ট্রীয় মহাকাশ কেন্দ্ৰত এই বলেৰে ফুটবল খেলিছিল স্কাপলেৰ’ভে |

 

Share it on

Leave a Reply