‘প্ৰাগ নিউজ’ৰ বাতৰি প্ৰকাশৰ পাছতে APDCLৰ ভিতৰচ’ৰাত জোকাৰণি |

0
131
aseb

Guwahati : ৰাজহুৱা ধনৰ অপচয় APDCLৰ |

নাৰেংগীত APDCLৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহৰ মেৰামতি | ‘প্ৰাগ নিউজ’ত সবিস্তাৰে বাতৰি প্ৰকাশৰ পাছতে APDCLৰ ভিতৰচ’ৰাত জোকাৰণি |

নাৰেংগীস্থিত APDCL প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালকৰ জৰুৰীপত্ৰ |

APDCLৰ মুখ্য মহাপ্ৰৱন্ধক (বাণিজ্যিক)লৈ পত্ৰ প্ৰেৰণ |

৪ জুনত বাতৰি সম্প্ৰচাৰৰ পাছতে ৫ জুনত প্ৰেৰণ এই পত্ৰ | মুখ্য মহাপ্ৰৱন্ধক (বাণিজ্যিক)ৰ টেলিফোনিক নিৰ্দেশতে মেৰামতিৰ কথা উন্মোচন | চিভিল ইঞ্জিনীয়াৰৰ পৰিদৰ্শন নোহোৱাকৈ মেৰামতিৰ কথা উল্লেখ পত্ৰত |

কামৰ পৰিধি সন্দৰ্ভতো অৱগত নহয় প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালকজন |

নিবিদা আহ্বান নকৰাকৈ মেৰামতিৰ কাম আৰম্ভ কৰাৰ সন্দেহ |

APDCLৰ মুখ্য মহাপ্ৰৱন্ধক (বাণিজ্যিক) সঞ্জীৱ গোস্বামী |

 

Share it on

Leave a Reply