সঁচাকৈ অবিজেপি চৰকাৰ হ’ব নেকি অসমত ??

0
159
oposition mla

Guwahati : পুনৰ অবিজেপি বিকল্প চৰকাৰৰ প্ৰসংগ AIUDF বিধায়কৰ মুখত |বিজেপি ত্যাগ কৰিলে সৰ্বানন্দ সোণোৱালক সমৰ্থন দিব AIUDFএ |
সদৰী কৰিলে AIUDFৰ বিধায়ক হাফিছ বচিৰ আহমেদ কাছিমীয়ে |
বিকল্প চৰকাৰৰ ধাৰণা সংবাদ মাধ্যমৰ সৃষ্টি আখ্যা প্ৰফুল্ল কুমাৰ মহন্তৰ |
মই মুখ্যমন্ত্ৰী পদৰ প্ৰতি লালায়িত নহয় : প্ৰফুল্ল কুমাৰ মহন্ত |
বিকল্প চৰকাৰৰ ফৰ্মুলা ভুল আখ্যা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ |
‘ক্ষমতাত নথকা সকলে ক্ষমতা বিচাৰিবই’, ‘অসমৰ ৰাইজে বিচৰা নাই বিকল্প চৰকাৰ’
চৰকাৰত থাকিও সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব পাৰি : ব্ৰহ্ম |
বিধানসভাৰ বিশেষ অধিৱেশন দাবী প্ৰফুল্ল কুমাৰ মহন্তৰ |

Share it on

Leave a Reply