হাওৰাঘাটত সোপাধৰাৰ সন্দেহত ২ নিৰীহক নৃশংস হত্যা

0
2106
Murder

Guwahati : হাওৰাঘাটত বুকু কঁপাই যোৱা নৃশংস ,জঘন্য ঘটনা |

সোপাধৰাৰ সন্দেহত ২ নিৰীহক নৃশংসভাৱে হত্যা |

ডকমকাৰ পানীজুৰি গাঁৱত এই ঘটনা |

বলেৰ’ গাড়ীত যোৱা এটা দলৰ ওপৰত গঞাৰ আক্ৰমণ |

নিহত নীলোত্পল দাস, অভিজিত্ নাথ নামৰ দুজন যুৱক |

ছাউণ্ড ইঞ্জিনীয়াৰ হিচাপে প্ৰতিষ্ঠিত নীলোত্পল |

মেকানিকেল ইঞ্জিনীয়াৰ হিচাপে প্ৰতিষ্ঠিত অভিজিত্ |

নীলোত্পল কৰ্মৰত আছিল গোৱাত |

নীলোত্পল গোৱাৰ পৰা ফুৰিবলৈ আহিছিল কাৰ্বি আংলঙলৈ |

নীলোত্পলক সংগ দিছিল বন্ধু অভিজিতে |

গুৱাহাটীৰ নৱগ্ৰহত ঘৰ নীলোত্পলৰ |

অভিজিত্ নাথৰ ঘৰ ছয়মাইলৰ নাগালেণ্ড হাউছৰ সমীপত |

ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ |

ADGP মুকেশ আগৰৱালক ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ |

Share it on

Leave a Reply