অৱশেষত জীৱন যুঁজত হাৰ মানিলে মহাশ্বেতাই !

0
842
mahachweta

Guwahati : তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা মহাশ্বেতা বৰদলৈৰ মৃত্যু। চেন্নাইৰ এপল’ হাস্পতালত মৃত্যু মেধাৱী ছাত্ৰীগৰাকীৰ। নাচ–গান আৰু অভিনয়ৰ সৈতে জড়িত আছিল মহাশ্বেতা। মহানগৰীৰ কাহিলীপাৰাত ঘৰ মৃত ছাত্ৰীগৰাকীৰ। শ্বিলঙত অধ্যয়নৰত আছিল মহাশ্বেতা। মহাশ্বেতাৰ বিয়োগত শোকত ম্ৰিয়মান সতীৰ্থ আৰু পৰিয়াল।

কাইলৈ স্বগৃহলৈ অনা হ’ব মহাশ্বেতা বৰদলৈৰ মৃতদেহ | পুৱা ৮ বজাত বৰঝাৰ পাবহি মহাশ্বেতাৰ শৱদেহ | কটন বিশ্ববিদ্যালয়ত ছাত্ৰীগৰাকীক জনোৱা হ’ব শেষশ্ৰদ্ধা | নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব মহাশ্বেতাৰ |

Mahasweta-Bordoloi

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইৰ এপল’ হাস্পতালত মৃত্যু হৈছিল ছাত্ৰীগৰাকীৰ |

Share it on

Leave a Reply