Google search engine
25.6 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিকআজি সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ: প্ৰচাৰত অংশ ল'ব জে পি...

আজি সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ: প্ৰচাৰত অংশ ল’ব জে পি নাড্ডাই

গুৱাহাটী : আজি সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ৷ অন্তিম দিনা প্ৰচাৰ চলায় ৰাজ্যৰ হাইপ্ৰফাইল নেতাই৷ বৰাকত মাৰাথন প্ৰচাৰ চলাব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ তেওঁ কৰিমগঞ্জৰ ৰাতাবাৰীত অংশ ল’ব বিশাল জনসভাত৷

আৰু পঢ়িব পাৰিব : জঘন্য ঘটনা : ধৰ্ষিতাক ধৰ্ষণকাৰীৰে বান্ধি উলিয়ালে সমদল

শিলচৰতো অংশ ল’ব তিনিখনকৈ সভাত৷ অন্তিম দিনা ৭টাকৈ স্থানত হিমন্তই চলাব প্ৰচাৰ অভিযান৷ মঙলদৈ, নলবাৰী, কলাইগাঁৱত চলাব প্ৰচাৰ অভিযান৷ আনহাতে মাজবাট, হৰিশিঙা, কাকী, জাগীৰোডতো চলাব হিমন্তই প্ৰচাৰ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা৷

আৰু পঢ়িব পাৰিব : লুৰিণৰ মাতৃৰ আৰোগ্য কামনাৰে ঘৰে ঘৰে বন্তি প্ৰজ্বলন…

ধৰ্মপুৰ, বিলাসীপাৰা, ৰাণীত চলাব প্ৰচাৰ৷ কোনো কোনো সমষ্টিত সকলো ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰিবলৈ ব্যতিক্ৰমীভাৱে প্ৰচাৰ অভিযানত চলোৱা দেখিবলৈ পোৱা গৈছে ৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.6 ° C
25.6 °
25.6 °
97 %
1.2kmh
100 %
Sat
27 °
Sun
27 °
Mon
29 °
Tue
32 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular