বিশ্ব

বিশ্বজুৰি কৰ’নাত আক্ৰান্ত ৪৩ লাখতকৈও অধিক লোক

ৱাশ্বিংটনঃ বিশ্বত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে অনিয়ন্ত্ৰিত ৰূপত বৃদ্ধি হৈ আছে। বিশ্বজুৰি এতিয়ালৈ৪৩লাখ ৪২হাজাৰ ৮৮৪জন লোক আক্ৰান্ত হৈছে কৰ’নাত। বিশ্বজুৰি মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ২লাখ ৯২হাজাৰ৮৯৯জনলৈ।
আৰু পঢ়িব পাৰিব :  ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা মোদীৰ : আজি বিয়লি ৪ বজাত সংবাদমেল সম্বোধন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ

 

ইফালে বিশ্বজুৰি ১৬লাখ ২হাজাৰ ৭১৩জন আক্ৰান্ত এতিয়ালৈ আৰোগ্য হৈছে। বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত আমেৰিকাত আক্ৰান্তৰ সংখ্যাই ১৪লাখ অতিক্ৰম কৰিছে। দেশখনত মৃত্যু হৈছে সংখ্যা ৮৩হাজাৰ ৪২৫জন লোকৰ।

স্পেইনত ২,৬৯,৫২০জন, ৰাছিয়াত ২,৩২,২৪৩জন,ইংলেণ্ডত ২,২৬,৪৬৩জন আৰু ইটালীত আক্ৰান্ত হৈছে২,২১,২১৬ লোক।
আৰু পঢ়িব পাৰিব : গোৱালপাৰা জিলাত বনৰীয়া হাতীৰ আক্ৰমণ : নিহত এজন

 

ইফালে, কৰ’নাৰ নতুন অভিকেন্দ্ৰত পৰিণত হোৱা ব্ৰাজিলত আক্ৰান্ত হৈছে ১ লাখ ৭৮ হাজাৰ লোক। দেশখনত ১২হাজাৰতকৈও অধিক আক্ৰান্তৰ এতিয়ালৈ মৃত্যু হৈছে।

 

অসমৰ দৈনন্দিন  নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টি ভি পৰ্যবেক্ষন কৰক।

প্ৰাগ নিউজ ফেচবুক পেজ

প্ৰাগ নিউজ ইউটিউব চেনেল

Show More

Related Articles

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে

Back to top button
Live Updates COVID-19 CASES
Close
Close