Google search engine
25.7 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকভয়ংকৰ ঘটনা : কোৰেৰে হত্যাৰ চেষ্টা হোজাইৰ এজন সাধুক

ভয়ংকৰ ঘটনা : কোৰেৰে হত্যাৰ চেষ্টা হোজাইৰ এজন সাধুক

হোজাই : হোজাইৰ থেপেলাগুৰিত পুৱাই ভয়ংকৰ অঘটন ৷ হোজাইৰ স্থিত ডাঙৰীয়া বাবাৰ আশ্ৰমৰ সাধুক হত্যাৰ অপচেষ্টা যুৱকৰ৷ বৃদ্ধ সাধু জন হৈছে ৰামকৃষ্ণ চৌহান৷ তেওঁক কোৰেৰে আক্ৰমণ কৰি আহত কৰে কোমোৰাকতাৰ এজন যুৱকে। আক্ৰমণকাৰী যুৱকৰ নাম হৈছে ধীৰাজ হাছামফুৰা৷

গুৰুতৰভাৱে মূৰত আঘাতপ্ৰাপ্ত হয় সাধু চৌহানে৷ ততাতৈয়াকৈ চিকিত্সালয়ত ভৰ্তি কৰোৱা হয় সাধুজনক৷ ইতিমধ্যে হোজাই আৰক্ষীয়ে আটক কৰে আক্ৰমণকাৰী ধীৰাজক৷ আক্ৰমণৰ সবিশেষ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ যদিও আৰক্ষীয়ে তদন্দ আৰম্ভ কৰিছে আৰু পৰবৰ্তী সময়ত ইয়াৰ সথিক তথ্য পোহৰলৈ আহিব বুলি আশাবাদী স্থানীয় ৰাইজ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
25.7 ° C
25.7 °
25.7 °
93 %
1kmh
91 %
Fri
35 °
Sat
32 °
Sun
33 °
Mon
32 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular