মহামাৰী কৰ’না : বিশ্বজুৰি মৃত্যুৰ সংখ্যা প্ৰায় চাৰে চাৰি লাখ

বিশ্বজুৰি কৰ’না আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৪ লাখ ২৫হাজাৰ ২৮২জনলৈ। সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা বাঢ়িছে ৭৬লাখ, ৩২হাজাৰ ৫১৭জনলৈ। কেৱল ইউৰোপতে মৃত্যু হৈছে ১লাখ, ৮৬হাজাৰ, ৮৪৩জন লোকৰ।

আৰু পঢ়িব পাৰিব: দেশত আক্ৰান্তৰ সংখ্যা তিনিলাখৰ অতিক্ৰম : শুকুৰবাৰে চিনাক্ত ১১হাজাৰৰো অধিক

সমগ্ৰ ইউৰোপত ২৩লাখ ৬৩হাজাৰ ৫৪৮জন লোক আক্ৰান্ত হৈছে। ইফালে লেটিন আমেৰিকাতো ইয়াৰ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পাইছে আৰু ৭৬হাজাৰ, ৩৪৩জন লোকৰ লোকৰ মৃত্যু হৈছে। আক্ৰান্তৰ সংখ্যা ১৫লাখ,৬৯হাজাৰ,৯৩৮জনলৈ বৃদ্ধি পাইছে।

আৰু পঢ়িব পাৰিব: বিমানবন্দৰত শনিবাৰে অভূতপূৰ্ব ভিৰ! স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অসাৰ

বিশ্বৰ ভিতৰতে সৰ্বাধিক ক্ষতিগ্ৰস্ত আমেৰিকাত এতিয়ালৈ মৃ্ত্যু হৈছে ১লাখ, ১৪হাজাৰ,৬৪৩জন লোক। দ্বিতীয় স্থানত থকা ৪১হাজাৰ, ৮২৮জন আক্ৰান্তৰ মৃত্যু হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES