Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকসুৰাৰ চোৰাং বেহা : কণী কঢ়িওৱা ট্ৰাকৰ পৰা জব্দ হয় ১৫০ কাৰ্টন...

সুৰাৰ চোৰাং বেহা : কণী কঢ়িওৱা ট্ৰাকৰ পৰা জব্দ হয় ১৫০ কাৰ্টন সুৰা

কৰিমগঞ্জ : ৰাজ্যত অব্যাহত অবৈধ সুৰাৰ চোৰাং বেহা৷ নিশা অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাড়ীত জব্দ হয় সুৰা৷ কণী কঢ়িওৱা ট্ৰাকৰ পৰা জব্দ হয় ১৫০ কাৰ্টন সুৰা৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা৷ জানিব পৰা মতে গুৱাহাটীৰ পৰা ত্রিপুৰা লৈ গৈ আছিল সুৰাখিনি।

কনি আৰু প্লাষ্টিক সামগ্ৰী ভৰ্তি কাৰ্টনৰ পিছফালে লুকাই অনা হৈছিল মেঘালয়ত নিৰ্মিত বিলাতি সুৰাৰ কার্টুনকেইটা। এই অভিযানত আটক হয় ট্ৰাকখনৰ চালক বুলেট দেববৰ্মাক৷ কৰিমগঞ্জৰ চুড়াইবাড়ী আৰক্ষীৰ অভিযানত জব্দ হয় সুৰাখিনি৷ চালকজনৰ ঘৰ ত্ৰিপুৰাৰ কৈলাশহৰত বুলি জানিবলৈ পোৱা গৈছে। বৰ্তমানে আৰক্ষীয়েই ট্ৰাক চালকক সোধপোছ অব্যাহত ৰাখিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
30 °
Tue
29 °
Wed
31 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular