Google search engine
25.9 C
Guwahati
Thursday, July 29, 2021
Google search engine
Homeৰাষ্ট্ৰীয়আজিৰেপৰা সংসদৰ বাজেট অধিৱেশন: ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন ১৯টাকৈ বিৰোধী দলৰ

আজিৰেপৰা সংসদৰ বাজেট অধিৱেশন: ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন ১৯টাকৈ বিৰোধী দলৰ

নতুন দিল্লী: আৰম্ভ হ’ল সংসদৰ বাজেট অধিৱেশন৷ উভয় সদনত সম্বোধন কৰি অধিৱেশন আৰম্ভ কৰে ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে৷ ইফালে কৃষি আইনৰ বিৰোধিতাৰে ৰাষ্ট্রপতিৰ ভাষণ বৰ্জন কৰে ১৯টাকৈ বিৰোধী দলে৷ উল্লেখ্য, আজি দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন৷

আৰু পঢ়িব পাৰিব : ক’ভিড সংক্ৰমণে হ্ৰাস কৰিব পাৰে আৰু পুৰুষৰ প্ৰজনন ক্ষমতা!

সোমবাৰে নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷ এইবাৰৰ বাজেট অধিৱেশন হ’ব দুটা পৰ্যায়ত৷ ২৯ জানুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ আনহাতে ৮ মাৰ্চৰপৰা ৮ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ ক’ভিড বিধিৰ বাবে এইবাৰ ছপা ৰূপত নাথাকিব বাজেট৷

আৰু পঢ়িব পাৰিব : শিশু কন্যাৰ যৌন উৎপীড়নৰ গোচৰত বিভ্ৰান্তিকৰ ৰায় ব’ম্বে উচ্চ ন্যায়ালয়ৰ

প্ৰথমবাৰলৈ পেপাৰবিহীন হ’ব কেন্দ্ৰীয় বাজেট৷ উল্লেখ্য় যে, এইবাৰৰ বাজেটৰ থীম হৈছে ‘Ease of Living’৷ কৃষক ৰে’ল, কৃষি উড়ানৰ দৰে আঁচনি ঘোষণাৰ সম্ভাৱনা আছে এইবাৰৰ বাজেট অধিৱেশনত৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.9 ° C
25.9 °
25.9 °
93 %
2.9kmh
100 %
Thu
26 °
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular