Google search engine
30 C
Guwahati
Wednesday, August 4, 2021
Google search engine
Homeআঞ্চলিকঅপহৰণ কাণ্ড: মুক্তিপণ বিচাৰিছিল ২ কোটি

অপহৰণ কাণ্ড: মুক্তিপণ বিচাৰিছিল ২ কোটি

গুৱাহাটী: ৰাজ্যত সঘনাই সংঘটিত হ’বলৈ ধৰিছে অপহৰণ কাণ্ড৷ শুকুৰবাৰে জয়ন্ত কছাৰী নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰিছিল দুৰ্বৃত্তই৷ তেওঁৰ সহযোগী কৰ্মচাৰী কুশল কলিতাও অপহৃত হৈছিল৷ কামত ওলাই যোৱাৰ পাছতেই নিখোঁজ হৈছিল দুয়োজন ব্যৱসায়ী৷

গড়ভঙাৰ কৰ্মস্থলীৰপৰা দুজনকে অপহৰণ কৰিছিল দুৰ্বৃত্তই৷ গড়ভঙা অপহৰণত প্ৰথমে দুয়োজন ব্যৱসায়ীৰ মুক্তিপণ হিচাপে বিচাৰিছিল ২ কোটি টকা৷ বৰ্তমান অপৰহৰণকাৰীয়ে মুক্তিপণ বিচাৰিছে ১০ লাখ টকা৷ অপহৰণকাণ্ডত GNLA জড়িত থকাৰ সন্দেহ আৰক্ষীৰ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Wed
33 °
Thu
33 °
Fri
32 °
Sat
33 °
Sun
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular