--°C
Loading...
Listen to Article
2 min read
80%
৪ অক্টোবৰ,২০২৪ শুকুৰবাৰ

মেষ: মন প্রফুল্লতাৰে আজিৰ দিনটো পাৰ হ'ব। হাতলৈ ধন আহিব।  বিদ্যার্থীসকলৰ শুভ। কোনো কামত সফলতা লাভৰ যোগ। 

বৃষ: সম্মান হানিৰ যোগ। বিদ্যার্থীসকলৰ অধ্যয়নৰ প্রতি আগ্রহ বাঢ়িব। ব্যবসায়-বাণিজ্যত শুভ। সফলতা লাভ কৰিব। প্রেমত মধ্যম।

মিথুন: আজি আপোনাৰ নতুন বন্ধু লাভ হোৱাৰ সম্ভাবনা আছে। কর্ম ক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। প্রেমত শুভ। ব্যৱসায়ত মধ্যম।

কর্কট: আর্থিক দিশত শুভ।কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ৷ নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব। স্বাস্থ্য ভালেবে যাব। বাক্-বিতণ্ডাৰ পৰা আঁতৰি থাকক। ভ্ৰমণৰ যোগ আছে। বিদ্যার্থীসকলৰ মধ্যম

সিংহ: শত্রুৰ পৰা আজি সাবধানে থাকিব। ক্রীড়াক্ষেত্রত সুনাম প্রাপ্তি। সামাজিক ক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ আছে।। ভ্রমণত বাধা। বিদ্যার্থীসকলৰ মধ্যম

কন্যা :মনোবাঞ্ছা পূর্ণ হ'ব। নিজৰ বাকপটুতাবে বিৰোধীক পৰাস্ত কৰিব পাৰিব। ভৱিষ্যতৰ বাবে আর্থিক পৰিকল্পনা আৰম্ভ কৰিব পাবে। 

তুলা: নানা অভাবে আপোনাক অশান্তি দিব। ভ্রমণ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা সহায় লাভ। ব্যবসায়ীৰ শুভ।নানা দিশৰ পৰা আজি আপুনি সুযোগ-সুবিধা পাব।

বৃশ্চিক: ব্যবসায়িক নির্ণয় ভাবি-চিন্তি ল'ব। কোনো নতুন পৰিকল্পনা কৰিলে তাক গোপনে কৰাৰ যত্ন কৰিব। আর্থিকভাবে দুর্বল। বিদ্যার্থীসকলৰ শুভ।

ধনু: স্বাস্থ্য ভালেৰে যাব। যোগাযোগৰ ক্ষেত্রত বাধা পাব। আশা কৰা মতে কাম-কাজ হৈ নুঠিব। প্রেমত মধ্যম। বিদ্যার্থীৰ শুভ।

মকৰ: শাৰীৰিকভাবে আপুনি কষ্ট পাব। আত্মবিশ্বাসেৰে কামত আগবাঢ়িলে সফল হ'ব। ব্যৱসায়ীসকলৰশুভ। বিদ্যার্থীসকলৰ মধ্যম। প্রেমত জটিলতা। 

কুম্ভ: ভ্রমণত সিদ্ধি লাভ কৰিব। আনৰ পৰা প্রশংসা লাভ কৰিব পাৰে। পুৰণি বন্ধু তথা সহকর্মীৰ পৰা সহায় লাভ। নতুন কাম আৰম্ভ কৰিব পাৰে।

মীন: সম্পত্তি লাভৰ যোগ। বাক্-বিতণ্ডাৰ পৰা  আঁতৰি থাকক। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ প্রতি যত্ন লোৱা উচিত। প্রেমত মধ্যম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ