spot_img
24.3 C
Guwahati
Thursday, September 16, 2021
spot_img
Homeৰাষ্ট্ৰীয়হিমাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩৫

হিমাচলত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত ৩৫

ছাল’ন : হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাত কমেও ৩৫জন লোক আহত হৈছে। এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে হিমাচলৰ ছাল’ন জিলাত। দেওবাৰে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ কথা ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰি কৰিছে।

জাবলী-ধৰমপুৰৰ সমীপত এই দুৰ্ঘটন সংঘটিত হয়। তিনিজজন লোকে আৰোহন কৰি অহা এখন ট্ৰাকে ৩৫জন যাত্ৰীক কঢ়িয়াই নিয়া এখন বাছৰ পিছফালে খুন্দা মাৰি দিয়ে। বাছখন কালকা অভিমুখে গৈ আছিল।

এই দুৰ্ঘটনাত আহত হোৱা লোকসকলক ধৰমপুৰ অসামৰিক চিকিতসালয়ত ভৰ্তি কৰোঁৱা হৈছে। এটি শিশুকে ধৰি চাৰিজন আহতৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁলোকক ছাল’নৰ এখন হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.3 ° C
24.3 °
24.3 °
96 %
0.3kmh
100 %
Fri
30 °
Sat
31 °
Sun
31 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular