spot_img
24 C
Guwahati
Friday, September 17, 2021
spot_img
Homeআঞ্চলিক১৬ বছৰ পাছত হিমন্তৰ সৈতে আছুৰ বৈঠক ! বিষয় কি ?

১৬ বছৰ পাছত হিমন্তৰ সৈতে আছুৰ বৈঠক ! বিষয় কি ?

গুৱাহাটী : অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়৷ কইনাধৰাৰ অতিথিশালাত অনুষ্ঠিত হয় এই বৈঠক৷ ১৬ বছৰ পাছত মুখ্যমন্ত্ৰীৰ সৈতে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাৰ আহ্বানত আছুৰ এই বৈঠক৷ মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এইখনে প্ৰথম বৈঠক আছুৰ৷

অসম চুক্তি ৰূপায়নক লৈ দুয়োপক্ষৰ মাজত চলা আলোচনাত গুৰুত্ব পাব ৬ নং দফাই৷ আলোচনাত উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা, অন্যান্য মন্ত্ৰীবৰ্গৰ লগতে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ উচ্চ পদস্থ চৰকাৰী বিষয়াসকল৷ আছুৰ হৈ উপস্থিত আছে সভাপতি-সম্পাদককে ধৰি, মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। লগত আছুৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলো৷

ফুলাম গামোচা পিন্ধাই আছু নেতৃত্বক ভিতৰলৈ আদৰি নিয়ে চৰকাৰী বিষয়ববীয়াসকলে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24 ° C
24 °
24 °
98 %
1.2kmh
98 %
Sat
29 °
Sun
30 °
Mon
31 °
Tue
31 °
Wed
28 °

Watch latest Movies & TV Series on Prag Play

Most Popular