spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকপুনৰ শৰাইঘাটত আত্মহত্যা! মটৰচাইকেল দলঙতে থৈ অন্তৰ্ধান বাহনৰ গৰাকী

পুনৰ শৰাইঘাটত আত্মহত্যা! মটৰচাইকেল দলঙতে থৈ অন্তৰ্ধান বাহনৰ গৰাকী

উত্তৰ গুৱাহাটীঃ পুনৰ শৰাইঘাট দলঙত অঘটন! কালি নিশা দলঙৰ ওপৰত দুচকীয়া মটৰচাইকেল থৈ অন্তৰ্ধান বাহনখনৰ গৰাকী। হেলমেটসহ AS 01 BU 7377 নম্বৰৰ গ্লেমাৰ বাইকখন থৈ অন্তুৰ্ধান গৰাকীজন। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বাইক থৈ দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিছে ব্যক্তিগৰাকীয়ে!

শৰাইঘাট

ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীক অৱগত কৰিছে প্ৰত্যক্ষদৰ্শীয়ে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। শৰাইঘাট দলঙত এটা পাছত আনটো অঘটন সংঘটিত হোৱাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে বৃহত্তৰ আমিনগাঁও অঞ্চলত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular