spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিককৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ৯জন

কৰিমগঞ্জত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত ৯জন

কৰিমগঞ্জ : কৰিমগঞ্জত বৈঠাখালত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অট’ৰিক্সা আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৯ জনকৈ লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ কথা জানিব পৰা গৈছে৷

অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাত আহত কেইবাগৰাকীক চিকিৎসালয়ত ভৰ্তী কৰোৱা হয়৷ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত বৈঠাখাল অঞ্চলত এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে উত্তেজিত লোকে ঘাইপথ অৱৰোধ কৰে৷

ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ ML/01/Q/0088 আৰু অটোখনৰ নম্বৰ AS/10/AC/5782 বুলি জানিব পৰা গৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular