spot_img
24.4 C
Guwahati
Monday, September 20, 2021
spot_img
Homeৰাজনৈতিকহেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱাৰ একাউণ্ট : ৩৭ লাখ টকা হৰলুকি

হেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱাৰ একাউণ্ট : ৩৭ লাখ টকা হৰলুকি

গুৱাহাটী : হেকাৰৰ কবলত সাংসদ প্ৰদান বৰুৱা৷ বৰুৱাৰ একাউণ্টৰ পৰা ৩৭ লাখ টকা হৰলুকি হেকাৰৰ৷ ৪-৫ মাহৰ পৰাই সৰকাই আহিছিল ধন৷ অনলাইন শ্ব’পিঙৰ লগতে হেকাৰে উলিয়াইছিল নগদ ধন৷ দিল্লীত থকা ভাৰতীয় ষ্ট বেংকৰ একাউণ্টৰ পৰা ধন লুট কৰিছিল হেকাৰে৷ ইয়াৰ সন্দৰ্ভত আজি ভঙাগড় থানাত এজাহাৰ দাখিল সাংসদগৰাকীৰ৷

এমাহো সম্পূৰ্ণ হোৱা নাই অসম আৰক্ষীয়ে মুকলি কৰা Financial Cyber Fraud Reporting & Management System ৷ ২৮ জুনত আৰক্ষী অধীক্ষক ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিছিল Financial Cyber Fraud Reporting & Management System ৷

অৱশ্যে এই চিষ্টেমক জনাবলৈ সাংসদ প্ৰদান সমগ্ৰ ঘটনাৰ বিষয়ে জ্ঞাত নাছিল ৷ বিগত ৪-৫ মাহৰ পৰা হেকাৰে সৰকাই আছিল একাউন্টৰ ধন৷ ভাৰতীয় দণ্ডবিধিৰ ৪২০ ৰ লগতে তথ্য প্ৰযুক্তিৰ 66(C) /66 (D) ধাৰাৰ অধিনত ভঙাগড় আৰক্ষীথানাত ৰুজু হৈছে 413/21 নম্বৰত গোচৰ ৷ এই গোচৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীৰ চাইবাৰ টীমে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
clear sky
24.4 ° C
24.4 °
24.4 °
92 %
1.1kmh
6 %
Tue
30 °
Wed
27 °
Thu
30 °
Fri
32 °
Sat
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular