spot_img
26 C
Guwahati
Monday, September 27, 2021
spot_img
Homeআঞ্চলিকছ’চিয়েল মিডিয়াত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ : বলি মহানগৰীৰ বহু লোক

ছ’চিয়েল মিডিয়াত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ : বলি মহানগৰীৰ বহু লোক

গুৱাহাটী : মহানগৰীত পুনৰ হানি ট্ৰেপিঙৰ ঘটনা সংঘটিত হৈছে৷ ছ’চিয়েল মিডিয়াত সক্ৰিয় হানি ট্ৰেপিং চক্ৰ৷ হানি ট্ৰেপিং চক্ৰৰ বলি হৈছে মহানগৰীৰ বহু ব্যক্তি৷ তথ্য অনুসৰি, প্ৰথমে অচিনাক্ত যুৱতীৰ ভিডিঅ’ কল৷ তাৰ পাছতে অশ্লীল ভিডিঅ’ আৰু ফোনযোগে ব্লেকমেইলিং৷ শেহতীয়াকৈ বলি হৈছে বামুণীমৈদামৰ ধ্ৰুৱজ্যোতি কলিতা নামৰ এজন লোক৷ ইতিমধ্যে চানমাৰি থানাত এই সন্দৰ্ভত ৰুজু কৰিছে গোচৰ৷


ইয়াৰ পূৰ্বেও মহানগৰীত সংঘটিত হৈছিল হানি ট্ৰেপিঙৰ ঘটনা৷ চিকাৰ হৈছিল বহু লোক৷ এই সন্দৰ্ভত মহানগৰীৰ আৰক্ষীয়ে গ্ৰহণ কৰিছে পদক্ষেপ৷ আৰু তদন্ত অব্যাহত ৰাখিছে৷ পৰৱৰ্তী পৰ্যায়ত হানি ট্ৰেপিঙৰ লগত জড়িত নতুন নতুন তথ্য উদঘাটন হ’ব বুলি আশা কৰা হৈছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
34 °
Tue
32 °
Wed
30 °
Thu
30 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular