spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআন্তঃৰাষ্ট্ৰীয়কাবুল বিমানবন্দৰত বিস্ফোৰণ !

কাবুল বিমানবন্দৰত বিস্ফোৰণ !

কাবুল : আফগানিস্তান পুনৰ হৈ পৰিছে অশান্ত৷ আজি কাবুল বিমানবন্দৰত আত্মঘাটী বিস্ফোৰণক লৈ পুনৰ আতংকই বিৰাজ কৰিছে৷ বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত সংঘটিত হয় বিস্ফোৰণ৷

ভাৰত-ইটালীৰ বিমান আক্ৰমণৰ পাছত এই বিস্ফোৰণ ঘটে৷ আমেৰিকাই বিস্ফোৰণৰ কথা নিশ্চিত কৰিছে৷ পূৰ্বে ৪ দেশে আক্ৰমণৰ আশংকা কৰিছিল৷ শুদ্ধ প্ৰমাণিত হ’ল আমেৰিকা, ব্ৰিটেইনৰ আশংকা ৷

এই বিস্ফোৰণত বহু লোক হতাহত হোৱাৰ সন্দেহ কৰা হৈছে। বিস্ফোৰণৰ পাছতে তালিবানে গুলীবৰ্ষণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular