spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াহিমা দাসৰ পাছত এইবাৰ অম্লান, দৌৰত সোণ অৰ্জন অম্লান বৰগোঁহাইৰ

হিমা দাসৰ পাছত এইবাৰ অম্লান, দৌৰত সোণ অৰ্জন অম্লান বৰগোঁহাইৰ

ডিজিটেল ডেস্কঃ দেশৰ এথলেটিকছৰ নৱতম তাৰকা অম্লান বৰগোঁহাই। হিমা দাসৰ পাছত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণজয় অম্লানৰ। ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেকেণ্ডেৰে ব্যক্তিগত শ্ৰেষ্ঠতম প্ৰদৰ্শন। ৰাজ্যিক অভিলেখ, মীট ৰেকৰ্ডসহ সোণৰ পদক লাভ। তেলেংগানাত অনুষ্ঠিত ৬০সংখ্যক ৰাষ্ট্ৰীয় অ’পেন এথলেটিকছ প্ৰতিযোগিতাত এই সফলতা। ১০০মিটাৰ দৌৰতো ৰূপৰ পদক লাভ অম্লানৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular