Google search engine
28 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকপ্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট

প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু বিজেপি মিত্ৰজোঁট

নতুন দিল্লী : বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা প্ৰকাশৰ বাবে সাজু হৈছে অগপ-বিজেপি-ইউপিপিএল। বুধবাৰে নিশা দিল্লীত জে পি নড্ডাৰ বাসগৃহত এই সন্দৰ্ভত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷

আৰু পঢ়িব পাৰিব :১লাখ টকা লুট কৰি গ্ৰেপ্তাৰ হ’ল ভুৱা আৰক্ষী বিষয়া

নিশাৰ বৈঠকৰ পাছত কোনোধৰণৰ ঘোষণা নকৰিলে দলটোৱে৷ আনহাতে সাংসদ দিলীপ শইকীয়াৰ বাসগৃহতো কেইবা ঘণ্টাজুৰি চলে বৈঠক৷ বৈঠকত সমাধান নোলোৱাত অসম ভৱনতো ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়৷

আৰু পঢ়িব পাৰিব :‌৫ লাখ চৰকাৰী চাকৰিৰ গেৰেণ্টীৰে কংগ্ৰেছৰ সংবাদমেল

বৈঠকত বঢ়মপুৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ো উপস্থিত হোৱা বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, অগপ-বিজেপিৰ আসন বুজাবুজিক লৈ এতিয়াও উৎকণ্ঠা অব্যাহত আছে৷ আজি অগপ নেতৃত্বৰ সৈতে বিজপিৰ পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular