spot_img
31 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিকদৰঙৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়াক গ্ৰেপ্তাৰঃ জব্দ নগদ ১৫ হাজাৰ

দৰঙৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়াক গ্ৰেপ্তাৰঃ জব্দ নগদ ১৫ হাজাৰ

মঙলদৈঃ দৰঙৰ খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়াক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই। উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতিৰেখা দাসক। মঙলদৈ শান্তিপুৰৰপৰা গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক।

বিষয়াগৰাকীৰ পৰা জব্দ কৰা হৈছে নগদ ১৫ হাজাৰ টকা। কৃষকৰ পৰা উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছে তেওঁ। পূৰ্বৰে পৰাই দাসৰ বিৰুদ্ধে আছিল বহু দুৰ্নীতিৰ অভিযোগ!

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31.4 °
31 °
66 %
2.1kmh
40 %
Sun
34 °
Mon
35 °
Tue
32 °
Wed
29 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular