Google search engine
27 C
Guwahati
Monday, July 26, 2021
Google search engine
Homeৰাষ্ট্ৰীয়নতুন ক'ভিড ষ্ট্ৰেইনৰ ভয়াৱহতাৰ মাজতে লণ্ডনৰপৰা ভাৰতলৈ আহিল ২৪৬জন লোক

নতুন ক’ভিড ষ্ট্ৰেইনৰ ভয়াৱহতাৰ মাজতে লণ্ডনৰপৰা ভাৰতলৈ আহিল ২৪৬জন লোক

নতুন দিল্লী: ৰূপ সলনি কৰা কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইনক লৈ আতংক অব্যাহত থকাৰ মাজতে লণ্ডনৰপৰা ২৪৬জন যাত্ৰীক লৈ ‘এয়াৰ ইণ্ডিয়া’ৰ এখন বিমান দিল্লীত অৱতৰণ কৰিছে৷

আৰু পঢ়িব পাৰিব : ক’ভিড ভেকচিনৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান : গুৱাহাটীৰ ক’ত হ’ব এই প্ৰক্ৰিয়া ?

উল্লেখ্য যে ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ বাবে ২৩ ডিচেম্বৰৰপৰা বন্ধ হৈ থকা বিমানৰ যাতায়াত ব্ৰিটেইনৰপৰা ভাৰতলৈ আজিৰেপৰা পুনৰ আৰম্ভ হৈছে৷ ইফালে দেশত নতুন ষ্ট্ৰেইনৰ ক’ভিড সংক্ৰমণ ৭২লৈ বৃদ্ধি হোৱা সত্ত্বেও বুধবাৰৰপৰা ভাৰতৰপৰা ব্ৰিটেইনলৈ বিমান চলাচল আৰম্ভ হয়৷

আৰু পঢ়িব পাৰিব : অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবক সাক্ষাৎ আছুৰ শীৰ্ষ নেতৃত্বৰ

চৰকাৰী সূত্ৰ মতে ২৩ জানুৱাৰী পৰ্যন্ত ভাৰতৰপৰা ১৫খন আৰু ব্ৰিটেইনৰপৰা ১৫খন বিমান দেশ দুখনৰ মাজত চলাচল কৰিব৷

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
27 ° C
27 °
27 °
89 %
1.5kmh
90 %
Mon
27 °
Tue
28 °
Wed
34 °
Thu
34 °
Fri
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular