Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeআঞ্চলিকআজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক

আজমলৰ ইছলামিক ৰাষ্ট্ৰ! ভিডিঅ’ক লৈ তুমুল বিতৰ্ক

গুৱাহাটী : পুনৰ বিতৰ্কত এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল৷ এইবাৰ বিতৰ্কৰ সূত্ৰপাত হৈছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আজমলৰ এটা ভিডিঅ’ক লৈ৷ ভিডিঅ’টোত মোগলৰ শাসনৰ প্ৰসংগৰে ইছলামিক ৰাষ্ট্রৰ প্ৰসংগ আনিছিল আজমলে৷

আৰু পঢ়িব পাৰিব : কন্যাৰ বলাৎকাৰ, অভিযোগ দাখিলৰ পাছতে দুৰ্ঘটনাত মৃত্যু পিতৃৰ

লিগেল ৰাইটছ অবজাৰভেটৰীৰ টুইটত প্ৰকাশ পাইছিল এই ভিডিঅ’টো৷ আনহাতে, এই বিতৰ্কিত ভিডিঅ’টোক লৈ বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁ মূল ভাষণ সম্পাদনা কৰি প্ৰচাৰ চলোৱা বুলি অভিযোগ আনিছে৷ নামনিৰ এখন জনসভাত এই বিতৰ্কিত ভাষণ দিছিল আজমলে৷

আৰু পঢ়িব পাৰিব : কৃষক বিদ্ৰোহৰ কঁপনি হাৰিয়ানা চৰকাৰত, সলনি হ’ব সমীকৰণ!

তেওঁৰ এই ভাষণৰ ভিডিঅ’ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে সম্পাদনা কৰা বুলি তেওঁ অভিযোগ আনিছে৷ বিকৃত ৰূপত এই ভিডিঅ’ৰ প্ৰচাৰৰ বাবে গোচৰ তৰাৰ হুংকাৰো দিয়ে এআইইউডিএফৰ মুৰব্বীজনে৷

RELATED ARTICLES

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular