spot_img
26 C
Guwahati
Monday, September 27, 2021
Homeআঞ্চলিকদিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত বিত্তমন্ত্ৰী অজন্তা নেওগ

দিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত বিত্তমন্ত্ৰী অজন্তা নেওগ

মৰিয়নিঃ আজি পুৱাৰেপৰা দিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত উপস্থিত হৈছে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ৷ উপ-নিৰ্বাচন সমাগত! সুদীৰ্ঘ ৮ বছৰৰ পাছত মৰিয়নিত বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ লগতে দলীয় কাৰ্যসূচী লগত লৈ মন্ত্ৰীগৰাকী মৰিয়নীত উপস্থিত হৈছে৷

পুৱাৰভাগতে মৰিয়নি ষ্টেচন ৰোডত অৱস্থিত গড়কাপ্টানী বিভাগৰ পৰিদৰ্শন ভৱনটি ‘শুভ উদ্ধোধন’ কৰে। উক্ত কাৰ্যসূচীৰ পাছতে মৰিয়নি ষ্টেডিয়ামৰ কাষতে থকা প্ৰয়াত মন্ত্ৰী ৰূপম কুৰ্মীৰ স্মৃতিত হ’বলগীয়া বৃদ্ধাশ্ৰমৰ আবণ্টিত ভূমি পৰিদৰ্শন কৰি নকছাৰি অভিমুখে ৰাওনা হয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
26 ° C
26 °
26 °
89 %
0kmh
75 %
Mon
26 °
Tue
31 °
Wed
29 °
Thu
29 °
Fri
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular