Google search engine
25.4 C
Guwahati
Friday, July 30, 2021
Google search engine
Homeআঞ্চলিক‘অজাপ বিজেপিৰ বি'টিম’ - মন্তব্য দলত্যাগী নেতাৰ !

‘অজাপ বিজেপিৰ বি’টিম’ – মন্তব্য দলত্যাগী নেতাৰ !

গুৱাহাটী : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকাৰ পূৰ্বে দলত্যাগ কৰিছে বহু নেতা-কৰ্মীয়ে৷ আজি ‘অসম জাতীয় পৰিষদ’ৰ পৰা দলত্যাগ কৰিয়েই ‘অজাপ বিজেপি দলৰ বি’টিম’- বুলি অভিহিত কৰে নেতা-কৰ্মীকেইগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব : দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ !

অজাপৰ সংবাদমেলত গুৱাহাটী মহানগৰ জিলা সমিতিৰ ৫ গৰাকীয়ে দলত্যাগ কৰে৷ উপ-সভাপতি কনক তালুকদাৰ, বিকাশ নাৰায়ণ শৰ্মা, যুটীয়া সম্পাদিকা সবিতা ডেকা মহন্ত, যুটীয়া সম্পাদক অনিল দাস, সাংগঠনিক সম্পাদক তৰুণ দত্তই দলত্যাগ কৰি দলটোৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷

আৰু পঢ়িব পাৰিব : দুটাকৈ বেংকক প্ৰবঞ্চনা কৰি গ্ৰেপ্তাৰ হ’ল তাৰক চৌধুৰী !

পশ্চিম গুৱাহাটীত ৰুনা লাইলাক প্ৰাৰ্থিত্ব প্ৰদানক লৈ বিৰোধিতা কৰি বিকাশ নাৰায়ণ শৰ্মাই কয়, ‘মোক প্ৰাৰ্থিত্ব নিদিলে, মই বিছাৰিছিলোঁ। পশ্চিম গুৱাহাটীৰ পৰা মোক নিদিয়া কথাটো জনাব লাগিছিল।’

RELATED ARTICLES

Today's Weather

Guwahati
overcast clouds
25.4 ° C
25.4 °
25.4 °
94 %
2.7kmh
100 %
Fri
31 °
Sat
27 °
Sun
30 °
Mon
31 °
Tue
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular