spot_img
29 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকফেডাৰেল ফ্ৰণ্টৰ পৰা আৰ্থিক সহায় বিচাৰিছে অখিলে

ফেডাৰেল ফ্ৰণ্টৰ পৰা আৰ্থিক সহায় বিচাৰিছে অখিলে

গুৱাহাটী : উপ-নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিক সমালোচনা অখিল গগৈৰ৷ উপ-নিৰ্বাচনৰ সন্দৰ্ভত দিল্লীত ফেডাৰেল ফ্ৰণ্টৰ সৈতে আলোচনা ৰাইজৰ দলৰ৷ ফেডাৰেল ফ্ৰণ্টৰ পৰা আৰ্থিক সহায় বিচাৰিছে অখিলে৷ আজি শিৱসেনা, আৰ জে ডি আৰু সমাজবাদী দলৰ সৈতে আলোচনাত মিলিত হ’ল অখিল গগৈ।

‘সাম্প্ৰদায়িক দল এটাৰ নেতাই মোক লৈ কি কয় তাক মই গুৰুত্ব নিদিওঁ। আমি যিদৰে বিজেপিৰ বিৰোধিতা কৰোঁ একেদৰেই ইছলামিক মৌলবাদী শক্তি এআইইউডিএফৰো বিৰোধিতা কৰি যাম।’- বুলি কয় অখিলে৷

লগতে আমি বুজাবুজিহে কৰিম এৰা-ধৰাৰ মাজেৰে। কিন্তু আমি বহতীয়া নহওঁ বুলি উল্লেখ কৰে গগৈয়ে৷ কংগ্ৰেছৰ লগত থাকিম যদিও ভুলবোৰক সমালোচনা কৰি যাব বুলি কয় অখিলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
29 ° C
29 °
29 °
65 %
0kmh
75 %
Sat
29 °
Sun
34 °
Mon
32 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular