Google search engine
28 C
Guwahati
Sunday, August 1, 2021
Google search engine
Homeআঞ্চলিকআজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ...

আজি শিৱসাগৰত মনোনয়ন পত্ৰ দাখিল কৰিব অখিল গগৈৰ…

গুৱাহাটী : কাৰাৰুদ্ধ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে  কাৰাগাৰৰ পৰাই নিৰ্বাচনত যুঁজিব৷ আজি শিৱসাগৰ আৰু মৰিয়নীত মনোনয়ন পত্ৰ দাখিল কৰিব৷ অখিল গগৈৰ হৈ মনোনয়ন দিব ৰাইজৰ দলৰ কৰ্মকৰ্তাই৷

আৰু পঢ়িব পাৰিব : বিজেপি-অগপ-ইউপিপিএলৰ যৌথ সংবাদমেল: বিজেপিৰ প্ৰাৰ্থীৰ সাক্ষাৎ অতুল বৰা


উল্লেখ্য যে দুটাকৈ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আজি জিএমচিএইচত শিৱসাগৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে শপত গ্ৰহণ কৰিব অখিল গগৈয়ে। 

আৰু পঢ়িব পাৰিব : নিউয়ৰ্কত প্ৰিয়ংকাই মুকলি কৰে ভাৰতীয় ৰেষ্টুৰেণ্ট ‘ছ’না’

ইপিনে শিৱসাগৰত অখিল গগৈৰ মনোনয়ন প্ৰদানত উপস্থিত থাকিব ৰাইজৰ দল আৰু কৃষক মুক্তিৰ বহু কৰ্মী৷ শিৱসাগৰৰ উপৰি গগৈয়ে মৰিয়নী সমষ্টিতো প্ৰতিদ্বন্দ্বিতা কৰিব৷ তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰা হ’ব কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ।

RELATED ARTICLES

Today's Weather

Guwahati
mist
28 ° C
28 °
28 °
89 %
0kmh
75 %
Sun
28 °
Mon
31 °
Tue
31 °
Wed
30 °
Thu
33 °

Watch latest Movies & TV Series on Prag Play

Most Popular