Google search engine
30 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeব্ৰেকিং নিউজজন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

মুম্বাই : ২৮ বছৰীয়া হ’ল বলীউডৰ অভিনেত্ৰী আলিয়া ভাট৷ সোমবাৰে জন্মদিনৰ দিনাই আলিয়াৰ নতুন ছবি ‘আৰআৰআৰ’ৰ ফাৰ্ষ্টলুক মুকলি কৰে৷ এছএছ ৰাজামৌলীৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত ‘সীতা’ চৰিত্ৰত অভিনয় কৰিছে আলিয়াই৷

আৰু পঢ়িব পাৰিব : ডিজিটেল ইণ্ডিয়াৰ সপোন আৰু চৰকাৰৰ নতুন ইণ্টাৰনেট নীতি

এই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অজয় দেৱগন, ৰামচৰণ আৰু এনটি ৰামা ৰাৱে৷ এই ছবিখন ১৯২০ চনৰ দুগৰাকী কিংবদন্তী মুক্তিযুঁজাৰু আলুৰি সীতাৰামাৰাজু আৰু কোমাৰাম ভীমৰ কল্পিত কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব : সংগীত বিশ্বৰ মহাতাৰকালৈ ‘গ্ৰেমী’, লছ এঞ্জেলছত বৰ্ণাঢ্য কাৰ্যসূচী

আলিয়াৰ জন্মদিনত তাৰকাগৰাকীক শুভেচ্ছাৰে ওপচাই পেলাইছে অনুৰাগীসকলে। আহিবলগা নতুন ছবিখনৰ সীতা চৰিত্ৰটোৰ বাবেও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে অনুৰাগীয়ে৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
75 %
Sat
29 °
Sun
28 °
Mon
31 °
Tue
30 °
Wed
29 °

Watch latest Movies & TV Series on Prag Play

Most Popular