spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeমনোৰঞ্জনআমাৰ ভূপেনদা ছিজন-৬ৰ সামৰণি : কোনে পিন্ধিলে বিজয়ৰ মুকুট !

আমাৰ ভূপেনদা ছিজন-৬ৰ সামৰণি : কোনে পিন্ধিলে বিজয়ৰ মুকুট !

গুৱাহাটী : অন্ত পৰিল ‘আমাৰ ভূপেনদা ছিজন-৬’৷ দেওবাৰে ‘আমাৰ ভূপেনদা ছিজন -৬’ৰ চূড়ান্ত প্ৰতিযোগিতাত ৰাইজৰ ভোট আৰু বিচাৰকৰ বাচনি মৰ্মে ঘোষণা কৰা হ’ল বিজয়ী প্ৰতিযোগীৰ নাম৷

আমাৰ ভূপেনদা ছিজন-৬ৰ চূড়ান্ত বিজয়ীৰ নাম-
ক) শাখা-
প্ৰথম বিজয়ী- মৃদুপৱন বৰা, লখিমপুৰ
দ্বিতীয় বিজয়ী- ৰাজকুমাৰী ফাল্গুনী, শিৱসাগৰ
তৃতীয় বিজয়ী- আশ্বাস আয়ুষ্মান, গুৱাহাটী

খ) শাখা-
প্ৰথম বিজয়ী- কৃতিকা নাথ, উত্তৰ গুৱাহাটী
দ্বিতীয় বিজয়ী- দেৱস্মিতা কাশ্যপ, গুৱাহাটী
তৃতীয় বিজয়ী- পাৰ্লি ৰঞ্জনী গগৈ, চৰাইদেউ

ক) শাখাৰ প্ৰাইজ
প্ৰথম বিজয়ী- ৫০,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
দ্বিতীয় বিজয়ী- ৩০,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
তৃতীয় বিজয়ী- ১৫,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা

খ) শাখাৰ প্ৰাইজ
প্ৰথম বিজয়ী- ১,০০০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
দ্বিতীয় বিজয়ী- ৫০,০০০ টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা
তৃতীয় বিজয়ী- ৩০,০০০টকা, ট্ৰফী, মানপত্ৰ, Everyday meat masala আৰু Kero young ৰত্ন কুবেৰৰ তৰফৰ পৰা উপহাৰৰ টোপোলা

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular