Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকঅগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি : ‘কা’ সন্দৰ্ভত একো উল্লেখ নাই ইস্তাহাৰত !

অগপৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি : ‘কা’ সন্দৰ্ভত একো উল্লেখ নাই ইস্তাহাৰত !

গুৱাহাটী : আজি আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদ দলে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰ ৷ অসম চুক্তি ৰূপায়ণ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য বুলি কয় অগপৰ নেতৃত্বই৷ ৬নং দফা কাৰ্যকৰী কৰাৰ কথা উল্লেখ আছে যদিও ‘কা’ স্থিতি সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰা পৰিলক্ষিত নহ’ল ইস্তাহাৰত৷

আৰু পঢ়িব পাৰিব : অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি

চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি বুলি উল্লেখ কৰিছে ইস্তহাৰত৷ নিবনুৱা সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰিলেও কিন্তু চৰকাৰী চাকৰি কিমান দিয়া হ’ব কোনো সংখ্যা উল্লেখ নাই৷

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ

ইস্তহাৰ মুকলি অনুষ্ঠানত সাংসদ বীৰেণ বৈশ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, নুৰুল হুছেইন, মনোজ শইকীয়াসহ কেইবাগৰাকী অগপ নেতা উপস্থিত থাকে৷ আগন্তুক প্ৰথম পৰ্যায়ৰ নির্বাচনত অগপ দলে আটাইকেইখন আসন লাভ কৰিব বুলি মত প্ৰকাশ দলৰ নেতৃত্বৰ৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular