Google search engine
27 C
Guwahati
Saturday, July 31, 2021
Google search engine
Homeব্ৰেকিং নিউজঅভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ'নাৰ অৱস্থিতি

অভিনেতা আমিৰ খানৰ দেহত ধৰা পৰিছে কৰ’নাৰ অৱস্থিতি

মুম্বাই : বলীউডৰ ছুপাৰষ্টাৰ আমিৰ খানৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ অৱস্থিতি৷ তেওঁ কৰা কৰ’নাৰ পৰীক্ষাত এই কথা পোহৰলৈ আহিছে৷ বৰ্তমান তেওঁ নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে বুলি জানিবলৈ দিয়ে৷

আৰু পঢ়িব পাৰিব : সামৰিক উত্থানৰ প্ৰতিবাদ : সৈন্যবাহিনীৰ গুলীত মৃত্যু সাত বছৰীয়া কন্যা

আনহাতে ৫৬ বছৰীয়া এই অভিনেতাজনৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।

আৰু পঢ়িব পাৰিব : কৰ’না সংক্ৰমণ ৰোধৰ বাবে কঠোৰ নিয়ম বলবতৰ নিৰ্দেশ কেন্দ্ৰৰ

এক বিবৃতি যোগে এই কথা সদৰী কৰে আমিৰ খানৰ মুখপাত্ৰগৰাকীয়ে৷ তেওঁ কয়, ‘আমিৰ খানে কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে৷ তেওঁ এতিয়া নিজকে ঘৰত কোৱাৰেণ্টাইন কৰি ৰাখিছে৷ সকলো প্ৰট’কল অনুসৰণ কৰি থকাৰ লগতে তেওঁ নিজৰ স্বাস্থ্যৰ সম্পূৰ্ণ যত্ন লৈছে৷ শেহতীয়াকৈ তেওঁৰ সংস্পৰ্শলৈ অহা সকলোৱে সাৱধানতামূলক ব্যৱস্থা হিচাপে নিজকে ক’ভিড পৰীক্ষা কৰা উচিত। আপোনাৰ সকলো ইচ্ছা আৰু উদ্বেগৰ বাবে আপোনাক ধন্যবাদ৷’

RELATED ARTICLES

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
27 °
Sun
29 °
Mon
31 °
Tue
31 °
Wed
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular